
Checkout My Food Blog For Assamese Traditional Food's and Much More
India
@taruphukan
Checkout My Food Blog For Assamese Traditional Food's and Much More
@TaruPhukan
Taru Phukan, নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নিছা ৰন্ধন কলা । অসমীয়া বাতৰি কাকত,আলোচনী সমূহত কবিতা , ৰন্ধনৰ ভিন্ন লেখা ,প্ৰৱন্ধ প্ৰকাশিত হৈ আহিছে।"নন্দিনী" ৰ নিয়মীয়া লেখিকাৰ দৰে হৈ পৰিছো ।জি ,এন,আৰচি,অন্যযুগ,প্ৰিয়সখীত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘৰজেউতি,সমিধান সঁফুৰা,পুথি পৰ্য্যালোচনাৰ অনুষ্ঠান কৰিছিলো । আমাৰ সংস্কৃতি,আমাৰ খাদ্যপ্ৰণালী নিৰ্মল,নিখুঁত ,সুস্বাদু , অতি স্বাস্হ্যসন্মত । মই জনাখনি মোৰ youtube channel ৰ জৰিয়তে হেজাৰ কষ্ট বিনিময়ত নিজৰ অকলশৰীয়া প্ৰচেষ্টাৰে অসমবাসী ৰাইজৰ দেখুৱাবলৈ চেষ্টা কৰো ।ভুল ৰৈ যোৱাতো স্বাভাৱিক প্ৰক্ৰিয়া …শুধৰাই আগবঢ়াই নিয়াটোহে উৎকৃষ্ট কৰ্ম নিদৰ্শন । A few words about my passion--Cooking is my passion and I also love sharing my ideas and recipes with people who really love their food and their health. My recipes published in many magazines and newspapers .






With the Qoruz Fake Follower Checker, you can make informed decisions about your influencer marketing partnerships. No more guesswork, no more wasted resources. Just genuine connections that drive real results for your brand.
Corporate Address
Property No. 1032, 3rd Floor, Office No. 302, HSR Layout, 24th Main Road, Sector 1, Bengaluru Urban, Karnataka, India, 560102
Registered Address
Building No. 107, Akashneem Marg, First Floor, DLF Phase II, Gurgaon, Haryana, India, 122002
CIN: U74140HR2015PTC054664
To report a grievance, please contact us at hi@terareach.com
© 2026 Qoruz, inc. All rights reserved.